ଅର୍ଥ : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং
							ଉଦାହରଣ : 
							চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে
							
ସମକକ୍ଷ : কমলা, কমলা ৰং, সুমথিৰা ৰং
ଅର୍ଥ : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ
							ଉଦାହରଣ : 
							কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল
							
ସମକକ୍ଷ : কমলা, কমলা গছ, সুমথিৰা গছ, সোণতৰা গছ