পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উৰুৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উৰুৱা   ক্ৰিয়া

অর্থ : বতাহত উৰিবলে প্রবৃত্ত কৰা বা এনে কিবা কৰা যাৰ দ্বাৰা বতাহত উৰে

উদাহরণ : প্রধান আচার্যই ্পতাকা উৰাই আছে

অর্থ : আনৰ হতুৱাই উৰা

উদাহরণ : গোমধান খায় থকা চৰাইবোৰক খেতিয়কজনে লʼৰাটোৰ হতুৱাই উৰুৱালে

অর্থ : বতাহত ওপৰলৈ উঠা

উদাহরণ : লʼৰা-ছোৱালীবোৰে চাদৰ ওপৰত চিলা উৰুৱাইছে