অর্থ : ককাদেউতাৰ সময়ৰ পৰা চলি অহা বা ককাদেউতাৰ পৰা পোৱা
উদাহরণ :
তেওঁ নিজৰ পৈতৃক সম্পত্তি দুখীয়াৰ মাজত ভগাই দিলে
অর্থ : যিটো কোনো বংশত একেৰাহে হৈ আহিছে আৰু যাৰ আগতেও সেই বংশত হৈছিল বা পিছলৈকো হৈ থকাৰ সম্ভাৱনা আছে
উদাহরণ :
তেওঁ বংশগত ্ৰোগত ভুগিছে
সমার্থক : আনুবংশিক, বংশগত, বংশানুক্রমিক
অর্থ : পিতা সম্বন্ধীয়
উদাহরণ :
আমি পৈতৃক সম্পত্তি দান কৰি দিলোঁ