অর্থ : শৃংগাৰ বা সাজোন-কাচোনৰ সামগ্রী
উদাহরণ :
বজাৰত দেশ-বিদেশৰ নানা তৰহৰ প্রসাধন সামগ্রী পোৱা যায়
সমার্থক : প্রসাধন
অর্থ : প্রসাধন হিচাপে ব্যৱহাৰ কৰা সামগ্রী বিশেষ
উদাহরণ :
ন-কইনাৰ বাকচ প্রসাধন সামগ্রীৰে ভৰি আছে