সেউজ বিপ্লৱ (বিশেষ্য)
কোনো দেশত উৎপাদন বহুত বেছি হোৱা স্থিতি
কন্দুৱা গেছ (বিশেষ্য)
যি গেছে চকুলৈ চকু পানী আনে আৰু চকুত কষ্ট দিয়ে
পুতলা (বিশেষ্য)
সৰু লʼৰা-ছোৱালীয় খেলিবৰ কাৰণে কাপোৰ প্লাষ্টিক আদিৰে মানুহৰ আকৃতিৰ নিচিনাকৈ সজা খেলা সামগ্রী
উগুল-থুগুল (বিশেষ্য)
উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
শাসনকর্তা (বিশেষ্য)
যিজনে শাসন কৰে:শিৱাজী এজন সুশাসক আছিল
ভৰি (বিশেষ্য)
যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে
উপ-শিৰোনাম (বিশেষ্য)
মূল শিৰোনামৰ ব্যাখ্যার্থে দিয়া ওপৰঞ্চি শিৰোনাম
আঙুল (বিশেষ্য)
হাতৰ আঙুলিৰ এটা মূৰৰ পৰা আনটো মূৰলৈকে থকা বিস্তাৰৰ এক জোখ
জীৱাশ্ম (বিশেষ্য)
বহু প্রাচীন কালৰ জীৱ-জন্তু, গছ-গছনি আদিৰ সেই অৱশিষ্ট ৰূপ যাক মাটি খান্দিলে তাৰ ভিতৰৰ তৰপবোৰত হেঁ্চা খাই থকা অৱস্থাত পোৱা যায়
হৰতাল (বিশেষ্য)
দুখ, বিৰোধ বা অসন্তোষ ভাব দেখুৱাবৰ কাৰণে কল-কাৰখানা, কার্যালয় আদিৰ কর্ম্্চাৰী বা জন-সাধাৰণে ব্যৱসায়, দোকান আদি বন্ধ কৰি দিয়া কার্য