অর্থ : এঠাইৰ পৰা আহি অন্য কোনো ঠাইত নিযুক্ত হোৱা কার্য
উদাহরণ :
যোৱা মাহৰ পৰাহে মোৰ কার্যালয় বদলি হʼল
সমার্থক : স্থানান্তৰিত হোৱা
অর্থ : এটা ৰূপৰ পৰা অন্য এটা ৰূপলৈ অনা কার্য
উদাহরণ :
এই ঘটনাটোৰ পিছৰ পৰা তেওঁৰ জীৱনলৈ বহুত পৰি্ৱর্তন আহিল
সমার্থক : পৰি্ৱর্তন ্অহা