প্রেমাস্পদ (বিশেষ্য)
যিজন পুৰুষে প্রেম কৰে
অনুগত (বিশেষণ)
কাৰোবাৰ কোনো সিদ্ধান্ত মানি বা সেই অনুসৰি চলা
দেৱানী গোচৰ (বিশেষ্য)
ধন বা অর্থৰ সৈতে সম্বন্ধিত মোকর্দম্া
বাৰিধি (বিশেষ্য)
পৃথিৱীৰ স্থলভাগ আৱৰি থকা বিশাল জলৰাশি:সাগৰৰ পানী লুণীয়া ব্রহ্মপুত্র নদী বঙ্গোপসাগৰত মিলিত হৈছে
চালচলন (বিশেষ্য)
কাৰোবাৰ ধৰণ-কৰণ বা তেওঁৰ ্ দ্বাৰা কৰা কামৰ আলেখ-লেখ
পানীৰ ফোৱাৰা (বিশেষ্য)
মানুহে সজা এক মনোৰঞ্জক সামগ্রী যাক ওপৰৰ পৰা হেঁ্চা দিয়া কাৰণে পানীৰ খীন ধাৰা বা সৰু সৰু কণিকা খুউব জোৰেৰে ওলাই চাৰিওফালে চিটিকি পৰে
উপ-শিৰোনাম (বিশেষ্য)
মূল শিৰোনামৰ ব্যাখ্যার্থে দিয়া ওপৰঞ্চি শিৰোনাম
নৱৰত্ন (বিশেষ্য)
মুকুতা, মাণিক, ্বৈদুর্য, ্গোমেদ, হীৰা, প্রৱাল, পদ্মৰাগ, মৰকত আৰু নীলকান্ত- এই নবিধ ৰত্ন
চাকনৈয়া (বিশেষ্য)
পানীৰ ঢৌ এটা কেন্দ্রত পাক খাই ঘূৰি থকা প্রবাহ
অজমূর্খ (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম