অর্থ : নম্রভাৱে কাৰোবাক কিবা কোৱা:মোক ঘৰলৈ যাবলৈ দিবৰ কাৰণে আপোনাক অনুৰোধ কৰিছো
উদাহরণ :
সমার্থক : অনুৰোধ কৰা, নিবেদন কৰা, প্রার্থ্্না কৰা
অর্থ : কৰুণ স্বৰেৰে প্রার্থ্্না কৰা
উদাহরণ :
চাকৰটোৱে নিজৰ দীন-হীন অৱস্থাৰ কাৰণে মালিকৰ ওচৰত কাকূতি কৰিছিল
সমার্থক : কাকূতি কৰা, কাকূতি-মিনতি কৰা, কাবৌ-কোকালি কৰা