பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து অংক என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

অংক   বিশেষ্য

பொருள் : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ

எடுத்துக்காட்டு : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে

ஒத்த சொற்கள் : সংখ্যা

பொருள் : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র

எடுத்துக்காட்டு : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল

ஒத்த சொற்கள் : অংকশাস্ত্র, অঙ্ক, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র

பொருள் : সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি বিধিৰ ্ যʼত চর্চা কৰা হয়

எடுத்துக்காட்டு : তেওঁ গণিতত বৰ চোকা

ஒத்த சொற்கள் : অংক শাস্ত্র, গণিত, গণিত শাস্ত্র

பொருள் : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা

எடுத்துக்காட்டு : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে

ஒத்த சொற்கள் : অংকতল অংকদেশ, অঙ্ক, উৎসঙ্গ, কোল, কোলা, ক্রোৰ

பொருள் : নাটকৰ এনেকুৱা এটা ৰূপ, যʼত কেতিয়াবা এটা খণ্ড বা কেইবাটাও খণ্ড থাকিব পাৰে:নাটকৰ দ্বিতীয় অংকত নায়িকাই নিজৰ বলিষ্ঠ অভিনয়েৰে দর্শকক মন্ত্র-মুগ্ধ কৰিলে

எடுத்துக்காட்டு :

ஒத்த சொற்கள் : দৃশ্য, নাট্যাংক, নাট্যাংশ

பொருள் : শূন্যৰ পৰা নলৈকে সংখ্যা

எடுத்துக்காட்டு : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ

ஒத்த சொற்கள் : অঙ্ক

பொருள் : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

எடுத்துக்காட்டு : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

ஒத்த சொற்கள் : অঙ্ক, নম্বৰ

பொருள் : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

எடுத்துக்காட்டு : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

ஒத்த சொற்கள் : খণ্ড, নম্বৰ, সংখ্যা

பொருள் : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

எடுத்துக்காட்டு : এক কোটি বহুত ডাঙৰ সংখ্যা

ஒத்த சொற்கள் : অঙ্ক, সংখ্যা, ৰাশি

பொருள் : সংখ্যাৰ চিহ্ন

எடுத்துக்காட்டு : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক

ஒத்த சொற்கள் : অঙ্ক, সংখ্যা

பொருள் : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

எடுத்துக்காட்டு :

ஒத்த சொற்கள் : অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ, ভাগ