பொருள் : শৰীৰৰ কোনো অংগ বা অৱয়ব কাটি উলিওৱা বা পৃথক কৰা কার্য
எடுத்துக்காட்டு :
কেন্সাৰৰ কাৰণে তেওঁ নিজৰ ভৰিৰ অংগচ্ছেদ কৰিব লগা হʼল
ஒத்த சொற்கள் : অংগচ্ছেদন, অঙ্গচ্ছেদ, অঙ্গচ্ছেদন
பொருள் : কোনো অংগ আদি কাটি পৃথক কৰা কার্য
எடுத்துக்காட்டு :
শুনিবলৈ পোৱা যায় যে ছাহজাহানে তাজমহল বনোৱা কাৰিকৰৰ তাজমহল বনোৱাৰ পিছত অংগচ্ছেদ কৰিছিল
ஒத்த சொற்கள் : অংগচ্ছেদন