உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : সমষ্টি বা সমূহৰ কোনো অংশ
எடுத்துக்காட்டு : ইয়াৰ মাজ ভাগ কিছু শকত
ஒத்த சொற்கள் : ভাগ
பொருள் : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
எடுத்துக்காட்டு : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
ஒத்த சொற்கள் : অংগ, খণ্ড, টুকুৰা, বিভাগ, ভাগ
பொருள் : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ
எடுத்துக்காட்டு : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে
பொருள் : যন্ত্র আদিৰ কোনো অংগ বা অংশ
எடுத்துக்காட்டு : এই যন্ত্রটোৰ কেইবাটাও যন্ত্রাংশ বেয়া
ஒத்த சொற்கள் : পার্ট, যন্ত্রাংশ
பொருள் : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে
எடுத்துக்காட்டு : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক
ஒத்த சொற்கள் : দিশ, পক্ষ, বিভাগ
பொருள் : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ
எடுத்துக்காட்டு : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ
பொருள் : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ
எடுத்துக்காட்டு : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ
ஒத்த சொற்கள் : দিশ, ফাল
நிறுவு