பொருள் : জড় হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
জড় পদার্থত ্জড়তা পোৱা যায়
ஒத்த சொற்கள் : চেতনহীনতা, চেতনাহীনতা, জড়তা, জড়ত্ব, জীৱনহীনতা
பொருள் : ৰোগ, ভয়, শোক আদিৰ কাৰণে উদয় হোৱা সেই অৱস্থা যʼত প্রাণী সংজ্ঞাহীন হৈ পৰে
எடுத்துக்காட்டு :
মামাৰ মৃত্যুৰ খবৰটো শুনি মামী মূর্চ্ছা গʼল
ஒத்த சொற்கள் : বেহুচ, মূচকচ, মূর্চ্ছা, সংজ্ঞাশূন্যতা
பொருள் : চেতনা নোহোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
কুষ্ঠৰোগ হোৱা ছালৰ অংশবোৰত অচেতনতা আহি পৰে
ஒத்த சொற்கள் : অচেতনা, চেতনাশূন্যতা, চেতনাহীনতা