பொருள் : যাৰ বুদ্ধি নাই বা কম
எடுத்துக்காட்டு :
সমাজত মূর্খৰ ্ অভাৱ নাই
ஒத்த சொற்கள் : অজগৌ, অজমূর্খ, অজ্ঞ, অবুদ্ধি, অহম্মক, আওগৰু, আজান, গমা-গৰু, গাধা, গো-মুর্খ, গোট গৰু, গোটকাঠ, গোমার্গা, গৰু, দগধা, নির্বোধ, বুদ্ধিশূন্য, বুদ্ধিহীন, ভোদা, মহামূর্খ, মূঢ়, মূঢ়মতি, মূর্খ, মূর্খ ্লোক, মূৰুখ, মূৰুখমতি, স্থূলবুদ্ধি, হতবুদ্ধি, ্জধামূর্খ
பொருள் : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
எடுத்துக்காட்டு :
অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
ஒத்த சொற்கள் : অন্ধ, অবিবেকী, অবোধ, বিবেকশূন্য, বিবেকহীন
பொருள் : যি অজ্ঞানেৰে ভৰি আছে
எடுத்துக்காட்டு :
অজ্ঞানী ব্যক্তিয়ে সংসাৰক দুখময় বুলি ভাবে
ஒத்த சொற்கள் : জ্ঞানহীন