பொருள் : যাৰ হাতত অধিকাৰ বা ক্ষমতা আছে
எடுத்துக்காட்டு :
ইংৰাজ অধিকাৰী সকলে গোলাম ভাৰতীয় সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল
பொருள் : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি
எடுத்துக்காட்டு :
এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে
ஒத்த சொற்கள் : দাবীদাৰ
பொருள் : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
எடுத்துக்காட்டு :
অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
ஒத்த சொற்கள் : অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা