உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো ঠাইত থকা বা বসতি কৰা লোক
எடுத்துக்காட்டு : ইয়াৰ সকলো নিবাসীয়ে আবেদন কৰিছে যে আপোনালোক কোনেও যেন অচিনাকি লোকক নিজৰ ঘৰত আশ্রয় নিদিয়ে
ஒத்த சொற்கள் : আবাসিক, আবাসী, আৱাসিক, আৱাসী, নিবাসী, নিৱাসী, বসবাসকাৰী, বাস কৰোঁতা, বাসিন্দা
பொருள் : ইউৰোপৰ এখন দেশ
எடுத்துக்காட்டு : হিটলাৰ জার্মানীৰ অধিবাসী আছিল
பொருள் : কোনো অন্য দেশত গৈ বসতি কৰা ব্যক্তি
எடுத்துக்காட்டு : আৰম্ভণিতে অধিবাসীসকলে অধিক সংঘর্ষ কৰিবলগীয়া হৈছিল
பொருள் : যʼত বাস কৰা হয় বা যʼত কোনো থাকে
எடுத்துக்காட்டு : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল
ஒத்த சொற்கள் : অধিকৃত, অধ্যুষিত, আবাসিক, আৱাসিক, বসতিপূর্ণ
நிறுவு