பொருள் : * শক্তি বা বলৰ দ্বাৰা নিজৰ অধিকাৰলৈ অনা
எடுத்துக்காட்டு :
সেনাই দুর্গটোক অধীন কৰিলে
ஒத்த சொற்கள் : অধিকাৰলৈ অনা, কাবু কৰা
பொருள் : কাৰোবাক নিজৰ বশলৈ অনা
எடுத்துக்காட்டு :
ইংৰাজসকলে পোনপ্রথমে ভাৰতৰ সৰু সৰু ৰাজ্যবোৰক নিজৰ অধীন কৰিছিল
ஒத்த சொற்கள் : আজ্ঞাবাহী কৰা, বশ কৰা, বশীভূত কৰা, বশৱর্তী কৰা
பொருள் : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
எடுத்துக்காட்டு :
মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
ஒத்த சொற்கள் : অর্পণ ্কৰা