உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : অধিকাৰহীন হোৱা অৱস্থা বা অধিকাৰ নোহোৱা বা প্রভুত্বৰ অভাৱ
எடுத்துக்காட்டு : এই সম্পত্তিৰ ওপৰত ্তেওঁৰ অধিকাৰহীনতা প্রমাণ হোৱাৰ পিছত ্তেওঁ নিজৰ দাবী এৰিব লগাত পৰিল
ஒத்த சொற்கள் : অধিকাৰহীনতা, অনধিকাৰিতা
பொருள் : অধিকাৰ নিদিয়া বা অধিকাৰ ৰহিত
எடுத்துக்காட்டு : আপুনি আমাক বেলেগ কৰাৰ অনধিকাৰ চেষ্টা চলায় আছে
ஒத்த சொற்கள் : স্বত্বহীন
நிறுவு