பொருள் : ঢাকি নৰখা বা আৱৰি নৰখা
எடுத்துக்காட்டு :
উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
ஒத்த சொற்கள் : অনাচ্ছাদিত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
பொருள் : যাৰ সন্মুখত কোনো পর্দা নাই
எடுத்துக்காட்டு :
পর্দাহীন দুৱাৰেদি ঘৰৰ সকলো বস্তুৱে ভুমুকি আছিল
ஒத்த சொற்கள் : আৱৰণহীন, নিৰাৱৰণ, পর্দাহীন, ্পর্দা নাইকিয়া-, ্পর্দাবিহীন