பொருள் : অলপো আঘাত বা ঢাক্কা নলগা
எடுத்துக்காட்டு :
দাঙ্গাত এজন আঘাতহীন যুৱকে আৱশ্যকীয় সকলোকে সহায় কৰি আছিল
ஒத்த சொற்கள் : আঘাতহীন
பொருள் : যাৰ ক্ষতি হোৱা নাই বা যি আহত হোৱা নাই
எடுத்துக்காட்டு :
গাড়ী ্ দুর্ঘটনাটোত সৌভাগ্যবশতঃ সকলো মানুহেই অক্ষত অৱস্থাত বাচিল
ஒத்த சொற்கள் : অক্ষত, আহত নোহোৱা-, ক্ষতিহীন