உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
எடுத்துக்காட்டு : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
ஒத்த சொற்கள் : অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মমতা, মেহেৰবানি
பொருள் : অনুকম্পা বা দয়া কৰা কার্য
எடுத்துக்காட்டு : সকলোৰে প্রতি সহানুভূতি ্প্রদর্শন ্কৰাই আমাৰ ধর্ম
ஒத்த சொற்கள் : সহানুভূতি
பொருள் : আপোন ব্যক্তি বা নিজতকৈ দুর্বল ব্যক্তিক দুখী বা পীড়িত দেখি ্তেওঁলোকৰ দুখ আদি দূৰ কৰা আচৰণ
எடுத்துக்காட்டு : ঈশ্বৰৰ দয়া আমাৰ সকলোৰে ওপৰত বর্তি আছে
ஒத்த சொற்கள் : অনুগ্রহ, কৃপা, কৰুণা, দয়া, ৰহম
நிறுவு