உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ভালৰ ওলোটা বা বিপৰীত
எடுத்துக்காட்டு : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
ஒத்த சொற்கள் : অধম, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
பொருள் : যিটো নৈতিক নহয় বা যʼত নৈতিকতা নাই
எடுத்துக்காட்டு : যেতিয়া দেশৰ কর্ণধ্াৰসকলেই চুৰি, ঘোচখুৰীৰ দৰে অনৈতিক কাম কৰে তেতিয়া দেশৰ অৱস্থা কি হʼব!
ஒத்த சொற்கள் : অনীতিপূর্ণ, অনৈতিক, নীতিবিৰুদ্ধ, নৈতিকতাহীন
பொருள் : যিটো উচিত বা যুগুত নহয়
எடுத்துக்காட்டு : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
ஒத்த சொற்கள் : অন্যায়, অযথার্থ, অযুগুত, অসংগত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
நிறுவு