பொருள் : অনুবাদ কৰা কার্য
எடுத்துக்காட்டு :
এইখন ৰাষ্ট্রপতিৰ ইংৰাজী কিতাপৰ অনুদিত ৰূপ
ஒத்த சொற்கள் : অনুদিত কৃতি, অনুবাদিত ্কর্ম, ভাষান্তৰিত কৃতি
பொருள் : অনুবাদ কৰা
எடுத்துக்காட்டு :
এইখন মহাশ্বেতা দেৱীৰ অনুদিত কৃতি
ஒத்த சொற்கள் : অনুবাদিত, অনূদিত, ভাষান্তৰিত