பொருள் : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণ নি্র্ণ্্য় কৰা
எடுத்துக்காட்டு :
পুলিচে তথ্য সমূহৰ অনুসন্ধান কৰি আছে
ஒத்த சொற்கள் : অনুসন্ধান কৰা, পৰীক্ষণ কৰা
பொருள் : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
எடுத்துக்காட்டு :
পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
ஒத்த சொற்கள் : অনুসন্ধান কৰা, বিচৰা