பொருள் : উদাস হোৱা বা কোনো কামত মন নবহা অৱস্থা
எடுத்துக்காட்டு :
তেওঁৰ চেহেৰাত উদাসীনতা প্রকাশ পাইছিল
ஒத்த சொற்கள் : অন্যমনস্কতা, উদাসী, উদাসীনতা
பொருள் : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
ஒத்த சொற்கள் : অসন্তুষ্টি, অসন্তোষ