பொருள் : যিটো আৱশ্যক নহয়
எடுத்துக்காட்டு :
তুমি অলাগতিয়াল কামত নিজৰ সময় নষ্ট কৰা উচিত নহয়
ஒத்த சொற்கள் : অদৰকাৰী, অনাৱশ্যকীয়, অবাঞ্ছনীয়, অলাগতিয়াল, অলাগতীয়া, নলগা, নিষ্প্রয়োজন, ফালতু
பொருள் : যিটো উপযোগী নহয় বা কোনো কামত নাহে
எடுத்துக்காட்டு :
এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
ஒத்த சொற்கள் : অনর্থক, অনুপযোগী, অপ্রযোজ্য, অব্যৱহার্য, নি্ৰর্থক, ্অলাগতিয়াল, ্বেকাৰ