உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা
எடுத்துக்காட்டு : মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল
ஒத்த சொற்கள் : আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, চমক, বিচূর্ত্তি, বিস্ময়
பொருள் : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
எடுத்துக்காட்டு : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
ஒத்த சொற்கள் : অদ্ভুত কাম, আচৰিত, আশ্চর্য, চমক, চমৎকাৰ, তবধ, বিস্ময়
பொருள் : যি ্আশ্বর্য ্প্রকাশ কৰিছে
எடுத்துக்காட்டு : তেওঁৰ ্কাম দেখি আমি সকলো অবাক ্হʼলোঁ
ஒத்த சொற்கள் : আচৰিত, স্তম্ভিত
பொருள் : যি একো নকয়
எடுத்துக்காட்டு : মৌন ব্যক্তিৰ মনত অহৰহ চিন্তা চলি থাকে তেওঁৰ ্কথাশুনি মই অবাক হৈ পৰিলোঁ
ஒத்த சொற்கள் : চুপ, মৌন
நிறுவு