உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : পানীত মিশ্রণ হোৱা নিমখীয়া সোৱাদৰ এবিধ যৌগিক পদার্থ, যি লিটমাছ কাগজক ৰঙা কৰে আৰু ক্ষাৰকৰ লগত সংমিশ্রণ ঘটাই নিমখ তৈয়াৰ কৰা হয়
எடுத்துக்காட்டு : অম্লৰ ব্যৱহাৰ সাৱধানেৰে কৰা উচিত
ஒத்த சொற்கள் : এচিদ
பொருள் : কেঁচ্া আম, তেতেলী আদিৰ সোৱাদ
எடுத்துக்காட்டு : টেঙা ফলত ভিটামিন চি অধিক পৰিমাণে পোৱা যায়
ஒத்த சொற்கள் : অম্বল, অম্লময়, অম্লযুক্ত, অম্লস্বাদ, অম্লাক্ত, আম্লিক, টেঙা, টেঙেচীয়া
நிறுவு