பொருள் : যাৰ কোনো বিশেষ মহত্ত্ব আছে বা যাৰ উপযোগিতা আদি গ্রহণযোগ্য আৰু যাৰ আন কথাৰ ওপৰত প্রভাৱ পৰে
எடுத்துக்காட்டு :
আজিৰ আলোচনা সভাত সমাজৰ বিকাশ সম্বন্ধীয় গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰা হৈছে
ஒத்த சொற்கள் : গুৰুত্বপূর্ণ, মহত্ত্বপূর্ণ