பொருள் : দেৱতা, সমাধি আদিৰ ওপৰত শ্রদ্ধাপূর্বক অর্পণ ্কৰা
எடுத்துக்காட்டு :
তেওঁ শিৱৰ প্রতিমাত জল, চাউল, পুষ্প আৰু বেল পাত অর্পণ কৰিলে
ஒத்த சொற்கள் : উৎসর্গা
பொருள் : কাৰোবাৰ দ্বাৰা শ্রদ্ধা সহকাৰে দেৱতা, সমাধি আদিৰ ওপৰত কোনো বস্তু দিয়া কার্য
எடுத்துக்காட்டு :
গান্ধীজীৰ সমাধিত সদায় সজীৱ ফুল অর্পণ কৰা হয়
பொருள் : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
எடுத்துக்காட்டு :
মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
ஒத்த சொற்கள் : অধীন কৰা