অজমূর্খ (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
চাকনৈয়া (বিশেষ্য)
পানীৰ ঢৌ এটা কেন্দ্রত পাক খাই ঘূৰি থকা প্রবাহ
চুমা-চুমি (বিশেষ্য)
প্রেমিক-প্রেমিকাই ভাৱাবেশত পৰস্পৰক চুমা খোৱা তথা আলিংগন কৰা কার্য
বাৰিধি (বিশেষ্য)
পৃথিৱীৰ স্থলভাগ আৱৰি থকা বিশাল জলৰাশি:সাগৰৰ পানী লুণীয়া ব্রহ্মপুত্র নদী বঙ্গোপসাগৰত মিলিত হৈছে
নৱৰত্ন (বিশেষ্য)
মুকুতা, মাণিক, ্বৈদুর্য, ্গোমেদ, হীৰা, প্রৱাল, পদ্মৰাগ, মৰকত আৰু নীলকান্ত- এই নবিধ ৰত্ন
প্রেমাস্পদ (বিশেষ্য)
যিজন পুৰুষে প্রেম কৰে
দেৱানী গোচৰ (বিশেষ্য)
ধন বা অর্থৰ সৈতে সম্বন্ধিত মোকর্দম্া
অৰিয়া-অৰি (বিশেষ্য)
কোনো বস্তু পাবৰ কাৰণে সমপর্যায়ৰ দলৰ মাজত হোৱা ভীষণ ্সংঘর্ষ
উপ-শিৰোনাম (বিশেষ্য)
মূল শিৰোনামৰ ব্যাখ্যার্থে দিয়া ওপৰঞ্চি শিৰোনাম
কথাছবি (বিশেষ্য)
চলমান ছবিৰ দ্বাৰা কোনো এক ঘটনাৰ আলমত তৈয়াৰ কৰা মনোৰঞ্জনৰ এক সবাক মাধ্যম