பொருள் : যিজন ব্যক্তিৰ হাতত অস্ত্র নাই
எடுத்துக்காட்டு :
নিৰস্ত্রৰ ওপৰত প্রহাৰ কৰাটো কʼৰ ন্যায়?
ஒத்த சொற்கள் : নিৰস্ত্র
பொருள் : হাথিয়াৰ বা অস্ত্র নোহোৱাকৈ
எடுத்துக்காட்டு :
অর্জুনে অস্ত্রহীন ্কর্ণকৰ ওপৰত প্রহাৰ কৰিলে
ஒத்த சொற்கள் : অস্ত্রবিহীন
பொருள் : যাৰ হাতত কোনো অস্ত্র নাই
எடுத்துக்காட்டு :
যুদ্ধত অস্ত্রহীন যোদ্ধাক আঘাত কৰা অধর্ম
ஒத்த சொற்கள் : নিৰস্ত্র