பொருள் : যʼত ঈশ্বৰ বা দেৱতাৰ অংশ থাকে বা যাক ঈশ্বৰৰ অংশ বুলি মনা হয়
எடுத்துக்காட்டு :
মহাত্মা বুদ্ধ এজন অৱতাৰী পুৰুষ আছিল
பொருள் : অৱতাৰ বা অৱতাৰ সম্বন্ধী
எடுத்துக்காட்டு :
পণ্ডিতজীয়ে ভগৱান ৰামৰ অৱতাৰী কথা শুনাই আছিল