பொருள் : সন্মুখৰ ফাল
எடுத்துக்காட்டு :
তেওঁ ্ লাহে লাহে আগলৈ গৈ আছে
ஒத்த சொற்கள் : আগপিনে, আগফাললৈ, আগফালে, মুখৰ ফালে, সন্মুখলৈ, সন্মুখৰ দিশে, সন্মুখৰ ফালে
பொருள் : আগত আহিবলগীয়া সময়
எடுத்துக்காட்டு :
ভৱিষ্যতে কাৰ কি হʼবলগা আছে কোনেও নাজানে
ஒத்த சொற்கள் : ভৱিষ্যত কালত, ভৱিষ্যতে
பொருள் : ঠিক এই সময়ৰ পিছৰ পৰাই
எடுத்துக்காட்டு :
আজিৰ পৰা এনে ভুল আগলৈ নকৰিবা