உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব
எடுத்துக்காட்டு : পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে
ஒத்த சொற்கள் : দুখ
பொருள் : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ
எடுத்துக்காட்டு : মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে
பொருள் : মৰা কার্য
எடுத்துக்காட்டு : তেওঁ ্মাৰ সহি সহি ঠেৰেঙা লাগিল
ஒத்த சொற்கள் : পিতন, প্রহাৰ, মাৰ
பொருள் : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়
எடுத்துக்காட்டு : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে
ஒத்த சொற்கள் : কোব, ঘা, চোট, জখম, প্রহাৰ, মাৰ
நிறுவு