உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
எடுத்துக்காட்டு : তেওঁৰ ব্যৱহাৰ ভাল নহয়
ஒத்த சொற்கள் : আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
பொருள் : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
எடுத்துக்காட்டு : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
ஒத்த சொற்கள் : ধৰণ-কৰণ, ব্যৱহাৰ
பொருள் : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
எடுத்துக்காட்டு : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
ஒத்த சொற்கள் : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র
நிறுவு