பொருள் : কাৰোবাৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁক বশ ্ কৰা
எடுத்துக்காட்டு :
সন্ত্রাসবাদীয়ে দুজন পর্যটকক বন্দী কৰিলে
ஒத்த சொற்கள் : আবদ্ধ কৰি ৰখা, কইদ কৰা, কৰায়ত্ত কৰা, বন্দী কৰা
பொருள் : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
எடுத்துக்காட்டு :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
ஒத்த சொற்கள் : গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা, ৰৈ যোৱা