பொருள் : কোনো কথা বা ঘটনা আদিৰ দ্বাৰা ভয় খোৱা বা বিমোৰত পৰা
எடுத்துக்காட்டு :
গাঁৱত এটা নৰখাদক বাঘ ওলোৱা খবৰ পাই সকলো মানুহ আতংকিত হৈ পৰিল
ஒத்த சொற்கள் : আতংকিত হোৱা, ত্রাসিত হোৱা, থৰহৰি কম্পমান হোৱা, পেপুৱা লগা, ভীতি-বিহ্বল হোৱা, ভীতিগ্রস্ত হোৱা, ভয়তে মূচকচ যোৱা