பொருள் : অলপ অলপ কথাতে বিৰক্ত বা আমনি লগা ভাব
எடுத்துக்காட்டு :
মায়ে আজিকালি বৰ আমনি কৰে
ஒத்த சொற்கள் : বিৰক্ত কৰা
பொருள் : কাৰোবাক আমনি দি থকা
எடுத்துக்காட்டு :
কৃষ্ণই গোপীসকলক আমনি কৰি আছিল
ஒத்த சொற்கள் : খং তোলা, দিগদাৰী কৰা, দিগদাৰী দিয়া
பொருள் : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা
எடுத்துக்காட்டு :
মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে
ஒத்த சொற்கள் : বিৰক্ত কৰা
பொருள் : ধেমালিতে কাৰোবাক আমনি কৰা
எடுத்துக்காட்டு :
ৰমেশে নিজৰ খুলশালীক আমনি কৰি আছে