உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ঘৰ,ভৱন আদি সজাৰ পূর্বে ্তাৰ ভূমিৰ ওপৰত সাজিবলৈ লোৱা বেৰ, কোঠা আদি ৰেখাৰ সহায়ত অংকন কৰা চিত্র বিশেষ
எடுத்துக்காட்டு : দেউতাই এই ঘৰটোৰ নক্সা নিজেই তৈয়াৰ কৰি লৈছে
ஒத்த சொற்கள் : নক্সা
பொருள் : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
எடுத்துக்காட்டு : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
ஒத்த சொற்கள் : উদাহৰণ, দৃষ্টান্ত, নজিৰ, নমুনা, নিদ্্র্শন
பொருள் : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ
எடுத்துக்காட்டு : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে
ஒத்த சொற்கள் : নমুনা, মডেল
பொருள் : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়
எடுத்துக்காட்டு : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল
ஒத்த சொற்கள் : ডিজাইন, নমুনা
நிறுவு