பொருள் : ক্রমত নথকা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
বিশৃংখলাৰ কাৰণে পুথি্ভঁ্ৰালত মনে বিচৰা কিতাপ বিচাৰি পোৱা নাই
ஒத்த சொற்கள் : আউল, এঙনি-জেঙনি, খেচেং-মেচেং, খেনোমেনো, খেলমেল, খেলিমেলি, খেলেপ-জেলেপ, বিশৃংখলতা, বিশৃংখলা, বিশৃঙ্খলতা, বেবেৰিবাং, লʼবাং-লাখুটি, শৃংখলাহীনতা