உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল
எடுத்துக்காட்டு : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে
ஒத்த சொற்கள் : অনুৰাগ, জেদ, টান, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা
பொருள் : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি
எடுத்துக்காட்டு : প্রেম নিস্বার্থ ্ হʼব লাগে
ஒத்த சொற்கள் : অনুৰাগ, পীৰিতি, প্রীতি, প্রেম, ভালপোৱা, মহব্বত
பொருள் : আসক্ত হোৱা ক্রিয়া বা ভাব
எடுத்துக்காட்டு : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল
ஒத்த சொற்கள் : অনুৰাগ, ইচ্ছানুভূতি, টান, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ
நிறுவு