பொருள் : সুস্থ বা নিৰোগী অৱস্থা
எடுத்துக்காட்டு :
নিয়মিতভাবে ব্যায়াম কৰিলে স্বাস্থ্য ভালে থাকে
ஒத்த சொற்கள் : স্বাস্থ্য
பொருள் : যাৰ কোনো বেমাৰ-আজাৰ নাই বা যি ভাল স্বাস্থ্যৰ অধিকাৰী
எடுத்துக்காட்டு :
এতিয়া আপোনাৰ শৰীৰ সুস্থ
ஒத்த சொற்கள் : অৰুগ্ন, নিৰোগী, সুস্থ, স্বস্থ, স্বাস্থ্যজনক, স্বাস্থ্যৱান