பொருள் : আৰোহণ কৰা ব্যক্তি
எடுத்துக்காட்டு :
আৰোহীসকলৰ কাৰণে ঠায়ে-ঠায়ে জিৰণি কক্ষ সাজি দিয়া হৈছে
ஒத்த சொற்கள் : আৰোহক
பொருள் : যিজনে কোনো ঘোৰা, গাড়ী বা বাহনৰ ওপৰত উঠি আছে
எடுத்துக்காட்டு :
যুদ্ধৰ সময়ত বহুতো আৰোহীয়ে বীৰগতি লাভ কৰিলে
பொருள் : কোনো বস্তুৰ ওপৰত উঠা বা বহা
எடுத்துக்காட்டு :
চাইকেল আৰোহী ব্যক্তিজন সৰি পৰিল
பொருள் : যাৰ ওপৰত উঠিব পৰা যায়
எடுத்துக்காட்டு :
আজি আমি এটা আৰোহী পাহাৰৰ ওপৰত উঠিম
பொருள் : কিহবাৰ ওপৰেৰে বগাই যোৱা বা উঠি যোৱা
எடுத்துக்காட்டு :
তেওঁ এই আৰোহী দলটোৰ লগত গৈ আছে