உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো বস্তুক ওপৰৰ পৰা বা চাৰিওফালৰ পৰা আৱৰি ৰখা বস্তু
எடுத்துக்காட்டு : ঢাকনীৰ কাৰণে বস্তু সুৰক্ষিত হৈ থাকে
ஒத்த சொற்கள் : আচ্ছাদন, ঢাকনী, ্সাঁফৰ
பொருள் : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
எடுத்துக்காட்டு : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
ஒத்த சொற்கள் : আচ্ছাদক, আচ্ছাদন, কবচ, ঢাকনি
பொருள் : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
எடுத்துக்காட்டு : বাদামৰ ওপৰত বহুত টান খোলা থাকে
ஒத்த சொற்கள் : কবচ, খোলা
நிறுவு