பொருள் : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
எடுத்துக்காட்டு :
মোৰ কিবা খাবৰ মন গৈছে
ஒத்த சொற்கள் : অভিলাষ কৰা, ইচ্ছা যোৱা, বিচৰা, মন যোৱা
பொருள் : কোনো বস্তু বা কামৰ প্রতি হোৱা ইচ্ছা
எடுத்துக்காட்டு :
পহৰাদাৰজনে ঘৰলৈ যাবলৈ ইচ্ছা কৰিছে
ஒத்த சொற்கள் : কামনা কৰা, প্রত্যাশা কৰা, মন কৰা