பொருள் : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ
எடுத்துக்காட்டு :
ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল
ஒத்த சொற்கள் : কল, চলন যন্ত্র, মেচিন, যন্ত্র
பொருள் : দবাৰ আগফালে সংযোগ কৰি ৰেলগাড়ীক টানি লৈ যোৱা গাড়ী
எடுத்துக்காட்டு :
ৰেলগাড়ীত ইঞ্জিন লগাই আছে
ஒத்த சொற்கள் : চালক যন্ত্র, চালকযন্ত্র