பொருள் : বিশ্বাস আদি ভাৱনাবোৰ স্থিৰ হৈ নথকা
எடுத்துக்காட்டு :
এনেকুৱা পৰিস্থিত লʼৰাবোৰৰ আত্মবিশ্বাসত উগুল-থুগুল লাগে
ஒத்த சொற்கள் : অস্থিৰ হোৱা
பொருள் : কাৰোবাৰ মনত কোনো কথাৰ ইচ্ছা বা উৎকণ্ঠা জগোৱা
எடுத்துக்காட்டு :
দাদা বিদেশৰ পৰা উভতি অহাৰ খবৰ শুনি নবৌৰ মনটো উগুল-থুগুল লাগিল