பொருள் : প্রথা বন্ধ কৰা কার্য
எடுத்துக்காட்டு :
আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
ஒத்த சொற்கள் : নিষিদ্ধ কৰা, বন্ধ কৰা
பொருள் : উঠিবলৈ প্ৰবৃত্ত কৰা
எடுத்துக்காட்டு :
চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
ஒத்த சொற்கள் : উঠোৱা
பொருள் : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
எடுத்துக்காட்டு :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
ஒத்த சொற்கள் : উঠোৱা