உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
எடுத்துக்காட்டு : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
ஒத்த சொற்கள் : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত
பொருள் : নিজৰ কাম, অধিকাৰ ক্ষেত্র আদিৰ সীমা পাৰ হৈ এনে ঠাই পোৱা কার্য, যʼত ্ যোৱা বা থকা অনুচিত, ্ মর্যাদা-বিৰুদ্ধ বা অবৈধ
எடுத்துக்காட்டு : সীমান্তত অতিক্রমণ ৰোধ কৰিবৰ কাৰণে ভাৰতীয় সেনাই পহৰা দি আছে
ஒத்த சொற்கள் : অতিক্রমণ, উলংঘন, লংঘন
நிறுவு