பொருள் : যিজনে সামগ্রী, সেৱা আদিৰ উপভোগ কৰে
எடுத்துக்காட்டு :
উপভোক্তাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কোম্পানীবোৰে নতুন নতুন উৎপাদিত সামগ্রী বজাৰত মুকলি কৰি দিছে
ஒத்த சொற்கள் : ভোক্তা
பொருள் : বস্তু, সেৱা আদিৰ উপভোগ কৰোঁতা বা সেইবোৰক কামত লগোৱা
எடுத்துக்காட்டு :
মʼবাইল উপভোক্তা গাওঁ্বাসী সকলে সদায় নেটৱর্ক নাপায়
ஒத்த சொற்கள் : উপভোগকাৰী, ব্যৱহাৰকাৰী